February 3, 2025 12:34 PM
অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে লাভ কৰিব ৪৪,৪৯৪ কোটি টকা
অহা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমে মুঠ ৪৪ হাজাৰ ৪৯৪ কোটি টকা লাভ কৰিব। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কৰৰ অংশ হিচাপে ৪০ হাজাৰ ২৫৩ কোটি টকা অসমক ঘূৰাই দিয়াৰ সিদ্ধা...