ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2025 8:16 PM

ড° শশীকান্ত শ‍ইকীয়াক অসম সাহিত্য সভাৰ আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন

অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° শশীকান্ত শ‍ইকীয়াক আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়...

March 9, 2025 8:46 PM

অসম সাহিত্য সভাই তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বা...

February 26, 2025 12:40 PM

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ ৰাওনা

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত আজি সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ যাব। সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এই প্রতিনিধি দলটো ...

February 2, 2025 7:52 PM

তৰুণ কবি অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ তৃতীয় দিনা পুৱা ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যাল...

February 2, 2025 6:33 PM

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ তৃতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, আলোচনা চক্ৰ অনুষ্ঠান

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আজি সাহিত্য সভাৰ নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক ময়ুৰপংক্ষী ৰথত লৈ সাংস্কৃতি...

February 2, 2025 11:50 AM

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালাৰ অধিৱেশনৰ কালি দ্বিতীয় দিনা ভট্টদেৱ ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। কালি পুৱা সভাপতি ড০ সূর্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ মূ...

January 12, 2025 7:15 PM

স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাৰ মন্তব্য

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌ আলি উচ্চতৰ মাধ্যমিক বি...

December 30, 2024 12:25 PM

২০২৫-২৭ বৰ্ষৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে সাহিত্য সভাক অনাগত সময়ত বিতৰ্কৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে। আকাশবাণী গুৱাহাটীৰ সংবাদ...

December 15, 2024 7:52 PM

অসম সাহিত্য সভাৰ  পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ লাইখুঁটা স্থাপন কৰে। তেওঁ অধিবেশনখন সফল কৰি তোলাৰ ব...

December 4, 2024 12:22 PM

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন

 অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত ...