ডাউনলোড
মোবাইল এপ

android apple
signal

August 21, 2024 12:27 PM

বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ ...

August 19, 2024 9:15 PM

গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অভিযানত কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰৰ জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনক দৰং জিলাৰ ফইজুল হাজৰিকা বুলি চিনাক্ত ...

August 18, 2024 7:35 PM

আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় উপস্থিত আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হৰমিত সিঙ

অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উ...

August 15, 2024 8:31 PM

ৰাজ্যৰ  কেইবাটাও স্থানত আৰক্ষীৰ বোমা সদৃশ সামগ্রী উদ্ধাৰ

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভ...

August 12, 2024 8:04 PM

পেৰিছ অলিম্পিকৰ পৰা উভতি অহা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰি উভতি অহা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক আজি অসম আৰক্ষীয়ে আদৰণি জনায়। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই বিষয়ে প্রকাশ কৰি ভৱিষ্যতে খেল...

July 21, 2024 7:04 PM

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পতানৈৰ পাৰত ৰাইজ আৰু বিভ...

July 13, 2024 12:47 PM

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক ল...

June 27, 2024 7:54 PM

ডিগবৈত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ মাদক দ্রব্য জব্দ

তিনিচুকীয়া জিলাৰ ডিগবৈত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্য জব্দ কৰে। ৩ নম্বৰ গোলাইৰ বিমান তালুকদাৰৰ ঘৰত অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্যসহ এখন গাড়ী, তিনিটা মোবাইল ফোন, দ...

June 27, 2024 7:48 PM

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আ...

June 18, 2024 8:19 PM

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰক...