ডাউনলোড
মোবাইল এপ

android apple
signal

January 31, 2025 10:28 AM

ৰাজ্যৰ চৰকাৰী চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছনত ১৫ ফেব্ৰুৱাৰীৰ পৰা এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট হ’বঃ স্বাস্থ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত চিকিৎকে ৰোগীক দিয়া প্ৰেছক্রিপছন অর্থাৎ নিদানপত্ৰত এটা হোৱাটছ-এপ নম্বৰ সন্নিৱিষ্ট কৰা হ'ব। ৰোগীয়ে এনে নিদানপত্ৰত লিখি দিয়া ঔষধ সংশ্ল...

December 5, 2024 8:58 PM

বিশ্বনাথ জিলা আয়ুক্ত কাৰ্লায়ত জিলাখনত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কাৰ্লায়ত অনুষ্ঠিত এখন বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা...

November 29, 2024 6:40 PM

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছেঃ জয়ন্ত মল্লবৰুৱা

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজ...

November 20, 2024 5:29 PM

ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গুৱাহাটী প্রৱেশ পথ ঘাট অর্থাৎ গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ...

September 16, 2024 5:57 PM

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে...

September 16, 2024 5:48 PM

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছেঃ ৰণোজ পেগু

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। কোকৰাঝাৰ ব...

September 11, 2024 12:11 PM

হাইলাকান্দিত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

● তিনিদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা কৃষি, পশুপালন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি হাইলাকান্দিত জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনত...

August 31, 2024 6:18 PM

পাটাছাৰকুছিত ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বজালী জিলাৰ পাটাছাৰকুছিত এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে...

August 7, 2024 8:15 PM

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত...

August 3, 2024 12:57 PM

বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱট, এইচ ডি কুমাৰাস্বামী আৰু ড০ জিতেন্দ্ৰ সিঙক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন, পৰিবহণ, মীন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিভাগীয় প্ৰকল্পৰ বাবে কেন্দ্ৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱ, ...