ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2025 10:23 AM

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভ...

April 22, 2025 9:58 AM

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই...

April 21, 2025 11:00 AM

ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত UDISE সূচ্যাংক বাধ্যতামূলক নহয়

● ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ UDISE সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জানন...

April 11, 2025 8:00 PM

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত কুমাৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। যোৱা...

April 11, 2025 7:51 PM

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লা...

April 4, 2025 6:36 PM

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচন...

April 1, 2025 11:16 AM

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলঃ নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

● উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱা তিনিটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত নকৰাৰ কথা বিবেচনা কৰিবলৈ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক মুখ্যমন্ত্র...

March 27, 2025 11:13 AM

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন ...

March 19, 2025 9:21 PM

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম ক...

March 11, 2025 8:48 PM

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰন...