October 17, 2024 8:16 PM

views 51

নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ সৈতে ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ক আলোচনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ সৈতে ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বাৰ্তালাপত ৰাজ্যখনৰ নতুন খাদ্য প্ৰক্ৰিয়াকৰণ বিনিয়োগ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সম্পৰ্কত মুখ্যমন্ত্রী শ্রীশর্মাই এই আলোচনাই অসমৰ বিকাশ আৰু উন্নয়নত বিশেষ অৰিহণা যোগাব বুলি আশা প্রকাশ কৰে।