August 15, 2024 6:32 PM
দেশৰ ৫ খন দ্রুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতমঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপ...