October 28, 2024 11:52 AM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ আৰম্ভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নির্বাচনৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ চলি আছে। এই উপ-নির্বাচনৰ বাবে শাসক-বিৰোধী আৰু নিৰ্দলীয়কে ধৰি মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখি...