ডাউনলোড
মোবাইল এপ

android apple
signal

March 19, 2025 11:36 AM

ভাৰতীয় ৰে’লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলা হ’ব : ৰে’লমন্ত্ৰী

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে'লৱেক অত্যাধুনিক, কাৰ্যক্ষম আৰু পাৰিবেশিকভাৱে বহনক্ষম পৰিবহন ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে...

February 9, 2025 8:18 PM

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ গোড়খপুৰ জংচনৰ নতুন প্রকল্পৰ পর্যালোচনা

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোড়খপুৰৰ ৰে'ল ষ্টেচন পৰিদৰ্শন কৰি গোড়খপুৰ জংচনৰ নতুন প্রকল্পটো পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সব...

February 9, 2025 11:19 AM

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছৰ জৰিয়তে ভাৰতবৰ্ষক বিষয়বস্তুৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ ক...

January 26, 2025 8:37 PM

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ আকাশবাণী ভৱনত বিভিন্ন ব্যক্তিৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মত বিনিময়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমন্ত্ৰিত বিশেষ অতিথিসকলৰ সৈতে নতুন দিল্লীৰ আকাশবাণী ভৱন চৌহদত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত...

January 22, 2025 3:17 PM

ডাভোছত চুইজাৰলেণ্ডৰ ৰে’লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ডাভোছত চুইজাৰলেণ্ডৰ ৰে'লৱেৰ প্ৰতিনিধিদলক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে সুৰক্ষা প্ৰযুক্তি আৰু তদাৰক পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।...

January 12, 2025 11:04 AM

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ অশ্বিনী বৈষ্ণৱ

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুনেৰ গোখলে অর্থনৈতিক প্রতিষ্ঠানত আয়োজিত পু...

January 4, 2025 6:51 PM

শিশুসকলক পৰীক্ষাৰ হেঁচা নল’বলৈ, জীৱনক লৈ উৎসাহী হ’বলৈ আহ্বান কেন্দ্ৰীয়ট মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শিশুসকলক পৰীক্ষাৰ হেঁচা নল'বলৈ আৰু জীৱনক লৈ উৎসাহী হ'বলৈ আহ্বান জনাইছে। নতুন দিল্লী নগৰ পালিকা পৰিষদে আয়োজন কৰা EXAM WARRIORS আর্ট উৎসৱত অংশগ্ৰহণ কৰি মন...

December 22, 2024 10:59 AM

ভাৰতীয় ৰে’ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে’লসেৱা বঁটা প্ৰদান

কেন্দ্ৰীয় ৰে'ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভাৰতীয় ৰে'ল সেৱালৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বিভাগটোৰ এশ এগৰাকী বিষয়া আৰু কৰ্মচাৰীক ৬৯ সংখ্যক অতি বিশিষ্ট ৰে'লসে...

December 4, 2024 8:39 PM

লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন

লোকসভাত আজি বিবেচনা আৰু গ্ৰহণৰ বাবে ৰেলৱে সংশোধনী বিধেয়ক ২০২৪ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ জৰিয়তে ৰেলৱে বোৰ্ডক বিধিসম্মত ক্ষমতা প্ৰদানৰ লগতে বোৰ্ডক অধিক স্বতন্ত্ৰ কৰি তুলিব খোজা হৈছ...

November 30, 2024 8:22 PM

চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

গুজৰাটলৈ এদিনীয়া ভ্রমণসূচীৰে যোৱা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন ক...