March 5, 2025 12:37 PM
বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে অশ্বিনী বৈষ্ণৱৰ বৈঠক
কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত বেলজিয়ামৰ ৰাজকুমাৰী এষ্টি ডেৰ নেতৃত্বত ভাৰতলৈ অহা প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত স্বচ...