April 10, 2024 5:37 PM
অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য
দিল্লীৰ এখন আদালতে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায়িক জিম্মাত থকা অৱস্থাত তেওঁৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰাগা...