ডাউনলোড
মোবাইল এপ

android apple
signal

January 30, 2025 5:13 PM

কেজৰিৱালক যমুনা নৈত বিহ মিহলি বুলি কৰা অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে আজি পুৱা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক যমুনা নৈত বিহ মিহলি কৰা বুলি অভিযোগৰ সদুত্তৰ দিবলৈ নিৰ্দেশ দিছে। যমুনা নৈৰ পানীত এমনিয়াৰ পৰিমাণ বৃদ্ধি হোৱা বিষয়টোক ...

January 4, 2025 7:05 PM

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱাসকলক মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ আহ্বান

নতুন দিল্লীত ভুল পানীৰ মাচুলৰ জাননী পোৱা লোকসকলে মাচুল আদায় নিদি অপেক্ষা কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে আহ্বান জনাইছে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দিল্লীৰ ১২ লাখ...

September 13, 2024 5:38 PM

অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি অবৈধ সুৰা নীতিৰ দুৰ্নীতি সন্দৰ্ভত চি বি আয়ে ৰুজু কৰা এটা গোচৰত অভিযুক্ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে। আ...

July 5, 2024 8:14 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ই ডিলৈ জাননী

দিল্লী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক জাননী জাৰি কৰে। সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা ...

July 3, 2024 8:37 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি আৱকাৰী নীতি সম্পৰ্কীয় ক'লা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ১২ জুলাইলৈ বৃদ্ধি কৰে। ন্যায়ালয়ে এই একেটা গোচৰত দিল্...

June 26, 2024 8:38 PM

অৰবিন্দ কেজৰিৱালৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ দাখিল কৰা আবেদনখন প্ৰত্যা...

June 25, 2024 8:31 PM

অবৈধ ধনৰ লেন-দেনৰ গোচৰত কেজৰিৱালক বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অবৈধ ধনৰ লেন-দেনৰ এটা গোচৰত বিচাৰ আদালতে দিয়া জামিন নিৰ্দেশত দিল্লী উচ্চ ন্যায়ালয়ে আজি স্থগিতাদেশ জাৰি কৰিছে। ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ এখন ...

June 19, 2024 8:56 PM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি দিল্লী আৱকাৰী নীতি সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু এজন অন্য অভিযুক্ত বিনোদ চৌহানৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ জুলাইলৈ বৃদ্ধি কৰিছে।...

June 15, 2024 2:29 PM

সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু আন ৫জন লোকক তেওঁলোকে সামাজিক মাধ্যমত প্ৰকাশ কৰা আদালতৰ কাম-কাজৰ ভিডিঅ’ আঁতৰাবলৈ নিৰ্দেশ দিছে। স...

June 5, 2024 6:55 PM

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তী জামিন অস্বীকাৰ

দিল্লীৰ এখন আদালতে সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তী জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱে...