February 18, 2025 8:03 PM
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ
আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰে। পলাতক অৱস্থাত থকা ডাঃ নাথ...