April 27, 2025 8:33 PM
সেনা বাহিনীক অত্যাধুনিক কৰাৰ বাবে চৰকাৰে বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা ভুৱা বুলি চৰকাৰৰ প্ৰকাশ
সেনা বাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ সত্যত...