February 9, 2025 7:10 PM
পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত ভাৰত ৰিকাৰ্ভ অ’পেন আৰু কম্পাউণ্ড অ’পেনত আৰু দুটা সোণৰ পদক লাভ
থাইলেণ্ডত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত আজি ভাৰতে ৰিকাৰ্ভ অ'পেন আৰু কম্পাউণ্ড অ'পেনত আৰু দুটা সোণৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে চাৰিটা সোণ আৰু দুটা ৰূপৰ সৈতে মুঠ ছটা পদক লাভ ...