January 1, 2025 4:09 PM
আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন
খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমুখী প্ৰয়াসৰ অংশ হিচাপে আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন কৰা হ'ব। এই দিনকেইটাত প্রধানমন্ত্রী গৰীৰ কল্যাণ অন্ন যোজনাৰ হিতাধি...