September 8, 2024 8:23 PM

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰে আজি অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৱেংকটকৃষ্ণপুৰম, অনুমালাপুড়ী, তাংগেল্লামুড়...

September 6, 2024 7:01 PM

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা এন ডি আৰ এফৰ ৩৫০ জনক উদ্ধাৰৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ

অন্ধ্ৰপ্ৰদেশৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলৰ পৰা এন ডি আৰ এফৰ দলে ৩৫০ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্ৰায় ১৫ হাজাৰ লোকক স্থানান্তৰ কৰিছে। তেলেংগানাত ৬৮ জন লোকক উদ্ধাৰ কৰাৰ লগতে প্রায় তিনি হাজ...

September 2, 2024 9:03 AM

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ...

June 2, 2024 1:47 PM

কাইলৈ অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা

লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্রপ্রদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ উপৰি কেইখনমান বিধানসভা আসনৰ বাবে উপ নির্বাচনৰ ভোটগণনাও কাইলৈ অনুষ্ঠিত হ'ব। মুখ্য...

April 26, 2024 6:57 PM

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসন...