April 8, 2025 9:25 PM
কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কেন্দ্ৰীয় চৰকাৰে দেশক গোলকীয় সামুদ্রিক শক্তিৰূপে গঢ়ি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয...