April 19, 2025 9:03 PM
মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিং
ভাৰতৰ বীৰ চোটৰাণী আৰু অনহত সিঙে মালয়েছিয়াত অনুষ্ঠিত বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ এছিয়া শিতানৰ যোগ্যতা নিৰূপনকাৰী প্ৰতিযোগিতাত ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্ৰাপ্ত চোটৰাণ...