ডাউনলোড
মোবাইল এপ

android apple
signal

November 7, 2024 7:31 PM

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিবঃ গৃহমন্ত্রী

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। আজি নতুন দি...

November 3, 2024 11:50 AM

গৃহমন্ত্রী অমিত শ্বাহে  মুকলি কৰিব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। শ্ৰী শ্বাহে লগতে ঘাটছিলাৰ ধালভূমগড়, হাজাৰিবাগৰ বৰকণ্ঠা আৰু ছিমৰ...

October 31, 2024 7:40 PM

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে...

October 31, 2024 12:05 PM

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। ক...

October 27, 2024 7:03 PM

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ ...

October 6, 2024 11:36 AM

কাইলৈ নতুন দিল্লীত বাওঁ উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে  কেন্দ্রীয় গৃহমন্ত্রীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত বাওঁপন্থী উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰিব। এই বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ...

October 4, 2024 7:46 PM

আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্...

October 3, 2024 8:09 PM

আহমেদাবাদত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, মহাত্মা গান্ধীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এটা গণজাগৰণলৈ পৰিৱৰ্তন কৰিলে আৰু জনসাধাৰণৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্ন...

October 1, 2024 8:37 PM

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি অমিত শ্বাহৰ দাবী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি মুম্বাইত অনুষ্ঠিত এখন অধিবেশনত বিজেপিৰ বিষয়বব...

September 20, 2024 7:50 PM

ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্...