February 21, 2025 8:31 PM
অমিত শ্বাহৰ অধ্যক্ষতাত পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠক
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ পুনেত কাইলৈ ২৭ সংখ্যক পশ্চিম মাণ্ডলিক পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পশ্চিম মাণ্ডলিক পৰিষদত গুজৰাট, গোৱা, মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত ৰা...