September 7, 2024 12:33 PM

ড’নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় স্থগিত

আমেৰিকাত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনলৈকে স্থগিত ৰখা হৈছে। ন্যায়...