ডাউনলোড
মোবাইল এপ

android apple
signal

September 23, 2024 12:34 PM

মাজুলীৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা নব্য ভাৰত সাক্ষৰতা অভিযানৰ অংশ হিচাপে দেশৰ অনান্য প্ৰান্তৰ লগতে কালি মাজুলী জিলাৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নি...

September 23, 2024 12:12 PM

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আ...

September 16, 2024 7:28 PM

বোকাখাটৰ সাপজুৰিত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ

দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি আজি পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বোকাখাটৰ সাপজুৰিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় অংগনবাড়ী কেন...

September 16, 2024 7:24 PM

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে...

September 16, 2024 7:21 PM

জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত মীন বিভাগৰ

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ অধীনৰ মীন বিভাগে জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত কৰিছে। আজি মন্ত্ৰ্যালয়ে জ...

September 16, 2024 7:18 PM

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীৰ তালাচীৰ তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। মানকাচৰ আৰক্ষীয়ে যোৱা নিশা ম...

September 16, 2024 6:37 PM

আজি নিশা ৯.৩০ বজাত আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ...

September 16, 2024 5:42 PM

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অ...

September 14, 2024 11:11 AM

আজি নিশা ৮.২ বজাত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিম...

September 14, 2024 11:07 AM

ঢেকীয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা তথ্যচিত্র উন্মোচন

■ ধ্বনি লোককৃষ্টি সমাজৰ উদ্যোগত কালি ঢেকীয়াজুলি নগৰৰ বিহু ভৱনত লোকনায়ক অমিয় কুমাৰ দাসৰ জীৱনৰ আধাৰত প্ৰস্তুত কৰা এখন তথ্যচিত্র উন্মোচন কৰা হয়। তথ্যচিত্ৰখনৰ জৰিয়তে দেশ আৰু ঢেকিয়াজু...