ডাউনলোড
মোবাইল এপ

android apple
signal

January 24, 2025 4:43 PM

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত বিস্ফোৰণ

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত আজি পুৱা এটা বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাটোৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে উদ্ধাৰকাৰী তথা চিকিৎসা সেৱাৰ সৈতে জড...

January 22, 2025 8:37 PM

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন

তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ ২০২২-২৩ বৰ্ষৰ ১০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভা...

January 22, 2025 8:34 PM

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত ব...

January 22, 2025 8:30 PM

জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি

অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নির্দেশনাত শ্রীশর্মাই উচ্চতম ন্যায়ালয়ৰ ...

January 22, 2025 8:24 PM

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল ...

January 22, 2025 8:09 PM

প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত

প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটা...

January 22, 2025 6:45 PM

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন

অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪টা কর্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝ...

January 11, 2025 9:27 PM

কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন ভাৰতীয় উচ্চ আয়োগৰ

শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰনেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভ...

January 11, 2025 9:15 PM

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত বহুসংখ্যক লোকৰ সমুহীয়া মাছ ধৰা কাৰ্য সম্পন্ন

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত আজি বহুসংখ্যক লোকে সমুহীয়া মাছ ধৰা কাৰ্যত ভাগ লয়। মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববো...

January 11, 2025 9:09 PM

ভোগালী বিহু উপলক্ষে ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা

সমাগত ভোগালী বিহু উপলক্ষে নগাঁও জিলা মীন বিষয়াৰ কাৰ্যালয় তথা নগাঁও ফিচফেড প্ৰাংগণত পৰহিলৈ পুৱা ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখ...