September 7, 2024 7:29 PM
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত
অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ ৩১১ নম্বৰ অনুচ...