ডাউনলোড
মোবাইল এপ

android apple
signal

March 30, 2025 7:15 PM

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদী...

March 30, 2025 6:55 PM

শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত শিশুৰ আবৃত্তি কর্মশালা

● অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰ-কিশোৰী আলোচনী মুকুতাৰ উদ্যোগত আজি শিশুৰ আবৃত্তি কর্মশালা অনুষ্ঠিত হয়। পৰিষদৰ সভাগৃহত অনুষ্ঠিত কুঁহিপাত পদ্য আবৃত্তি শীর্ষক কর্মশালা...

March 30, 2025 6:49 PM

ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু ইছলাম ধৰ্মাৱলম্বী লোকসকল

● ৰমজান মাহজোৰাৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈ ঈদ-উল-ফিটৰ উদযাপনৰ বাবে সাজু হৈছে। ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। ঈদৰ প্ৰাক...

March 30, 2025 6:06 PM

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ ...

March 30, 2025 4:39 PM

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আ...

March 30, 2025 2:13 PM

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে’লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় সমীপত নিৰ্মিত ৰে'লৱে উৰন সেতুৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰিব। উৰণ স...

March 27, 2025 3:56 PM

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ প্ৰতিখন জিলাতে একোটা প্রাক বৈবাহিক পৰামৰ্শ কেন্দ্ৰ মুকলি কৰিব। পাটনাত আজি এই কথা প্ৰকাশ কৰি আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কয়, যে চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰ...

March 27, 2025 3:53 PM

অহা ৩০ মার্চত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ মার্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২০ সংখ্যক খণ্ড। প্রধানমন্ত্রীয়ে ম...

March 27, 2025 3:50 PM

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

  প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত...

March 27, 2025 3:33 PM

শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা দৃষ্টান্তমূলকঃ ৰাষ্ট্ৰসংঘ

■ ৰাষ্ট্ৰসংঘই, শিশুৰ মৃত্যু প্রতিহত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা আৰু এইক্ষেত্ৰত লাভ কৰা অগ্রগতিক দৃষ্টান্তমূলক বুলি অভিহিত কৰি ইয়াৰ বাবে দেশখনক প্ৰশংসা কৰিছে। আয়ুস্মান ভাৰতকে ধৰি ...