ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2025 8:55 PM

দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ দৰিদ্ৰ আৰু বঞ্চিত লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে সবকা সাথ, সবকা বিকাশ মন্ত্ৰৰ নীতিৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। শ্রীমোদীয়ে আজি মধ...

April 11, 2025 8:51 PM

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা ঘোষণা কৰিছে। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে প্ৰকাশ কৰা ...

April 11, 2025 8:43 PM

পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ

সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বন্ধৰ দিনসমূহতো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ দিছে। পঞ...

April 11, 2025 8:36 PM

অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াৰ দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে

গুৱাহাটী উচ্চ ন্যায়ালয় কর্তৃপক্ষ আৰু ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তৰা দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে ব...

April 11, 2025 8:31 PM

কাইলৈ অৰ্থাৎ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ ...

April 11, 2025 8:27 PM

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত অনুষ্ঠিত সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু আয়ুক্তৰ নেতৃত্বত আজি নিগমৰ উজান বজাৰৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে ঘোষণা কৰা হয়। এই অনুসৰি ১৫ মিলিমিটাৰ ব্যাসৰ ...

April 11, 2025 7:51 PM

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লা...

April 11, 2025 6:56 PM

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আ...

April 11, 2025 6:54 PM

হিংসাত্মক প্ৰতিবাদ সাব্যস্তৰ গোচৰত চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক গ্ৰেপ্তাৰ নেপাল আৰক্ষীৰ

নেপাল আৰক্ষীয়ে চিকিৎসা উদ্যোগী তথা ৰাজনৈতিক কর্মী দুর্গা প্রচাইক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে। যোৱা ২৮ মাৰ্চত তিনকোনিত হিংসাত্মক প্ৰতিবাদৰ পাছৰে পৰা তেওঁ পল...

April 11, 2025 6:35 PM

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব

২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিল অহা ৩১ জুলাই পর্যন্ত খোলা থাকিব। অহা বছৰৰ গণৰাজ্য দিৱসত এই বঁটা ঘোষণা কৰা হ'ব। যোৱা ১৫ মাৰ্চত পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। গ...