July 24, 2024 7:54 PM
অসমৰ বান-খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আবণ্টনৰ দাবীৰে বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ বদৰুদ্দিন আজমলৰ পত্ৰ
অসমৰ বান আৰু খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আৰু দেশৰ সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৫ হাজাৰ কোটি টকা আবণ্টন দিবলৈ দাবী জনাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে আজি বিত্তমন্ত্রী নির্মলা স...