ডাউনলোড
মোবাইল এপ

android apple
signal

July 18, 2024 5:52 PM

পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতু...

June 29, 2024 12:49 PM

বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত

কৃষি বিভাগৰ দ্বাৰা বিভিন্ন আলোচনা-পর্যালোচনা আৰু পৰিদৰ্শনৰ উদ্দেশ্যে কালি অসম কৃষি সঞ্চালকালয়ৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল মৰিগাঁৱত উপস্থিত হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ৰাজ্য...

June 16, 2024 1:29 PM

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধি বিষয়ক অসম কৃষি বিশ্ববিদ্যালয়ত আলোচনাচক্র

গুণগত মানৰ বীজ উৎপাদন আৰু উপলব্ধতা বৃদ্ধিৰ জৰিয়তে ৰাজ্যৰ কৃষিক্ষেত্ৰ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে কালি এখন আলোচনাচক্র অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই...

June 14, 2024 6:10 PM

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় কৰ্মশালা

ৰাজ্যিক পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজি দুদিনীয়া কাৰ্যসূচীৰে পশুপালন সম্পৰ্কীয় এখন কৰ্মশালা আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক যুৱক-যুৱতীয়ে এই প্রশিক্ষণ কাৰ্যসূ...