February 2, 2025 7:02 PM
ভাৰতৰ পৰা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ বাংলাদেশৰ মংলা বন্দৰত উপস্থিত
ভাৰতৰ পৰা পঠোৱা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ কালি বাংলাদেশৰ মংলা বন্দৰত উপস্থিত হয়। ইয়াৰে ওড়িশাৰ ধৰ্ম বন্দৰৰ পৰা ৭,৭০০ টন আৰু কোলকাতা বন্দৰৰ পৰা ৮,৭০০ টন চাউল নিয়া হৈছে। বাংল...