February 9, 2025 12:15 PM
অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ
অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত কালি বিনিয়োগ আৰু আন্তঃগ...