October 7, 2024 10:57 AM

প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কালি প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ নতুন বহুৰঙী প্রতীক উন্মোচন কৰে। এই প্রতীকে ধৰ্মীয় আৰু অৰ্থনৈতিক সমৃদ্ধিৰ লগতে সাগৰ মন্থনত উৎপত্তি হোৱা পৱিত...