May 4, 2024 6:10 PM
উত্তৰাখণ্ডত শোকাবহ পথ দুৰ্ঘটনাত ৫ লোকৰ মৃত্যু
উত্তৰাখণ্ডত আজি নিচেই পুৱাতে হোৱা এটা শোকাবহ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছৌৰি-ডেৰাদুন পথৰ ঝাৰিপানীত এখন গ...