February 8, 2025 9:37 PM
কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিশীৰ ধন্যবাদ
আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী আতিছিয়ে তেওঁৰ হকে জনাদেশ দিয়াৰ বাবে কালকাজি বিধানসভা সমষ্টিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নেতৃগৰাকীয়...