February 27, 2025 3:27 PM
উপ-ৰাজ্যপালে বিধানসভাত ভাষণ দি থকাৰ সময়ত কৰা দুৰ্ব্যৱহাৰৰ বাবে দিল্লী আপৰ বিধায়কসকলক নিলম্বিত
আম আদমী পাৰ্টীৰ বিধায়কসকলে আজি দিল্লী বিধানসভাৰ বাহিৰত তেওঁলোকক সদনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰে। এই কার্যক অগণতান্ত্রিক বুলি আখ্যা দি বিৰোধী দলপতি আত...