April 17, 2025 8:23 PM
পাকিস্তানত প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু
পাকিস্তানত হোৱা প্ৰচণ্ড শিলাবৃষ্টি আৰু ব্ৰজপাতৰ ফলত কমেও ৫ জন লোকৰ মৃত্যু ঘটিছে। এই শিলাবৃষ্টিৰ ফলত দেশখনৰ ইছলামাবাদ, পঞ্জাব আৰু খাইবাৰ পাখতুনখৱাৰ বিভিন্ন অঞ্চলত যথেষ্ট ক্ষতি সাধন হৈছে। ...