December 27, 2024 11:13 AM
চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সামৰণি
চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সফলতাৰে সামৰণি পৰিছে। প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ যুটীয়া উদ্যোগত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ সু-শাসন সপ্তাহ আৰ...