October 1, 2024 12:51 PM

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ ...

October 1, 2024 10:21 AM

জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত

■ জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিত শান্তিপূর্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা...

May 11, 2024 12:29 PM

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগ...

May 8, 2024 11:51 AM

ৰাজ্যত কালি শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি ৰাজ্যৰ চাৰিটা সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগে কালি মাজনিশা প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখন...

May 7, 2024 9:32 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৬১. ৪৫ শতাংশ ভোটৰ বিপৰীতে অসমত  ৭৫.৩ শতাংশ ভোটদান

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে নিশা ৮ বজা পর্যন্ত ৬১. ৪৫ শতাংশ ভোটদান সম্পন্ন হৈছে। অসমত ৭৫.৩ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী সমষ্টিত ৬৮.৯৩ ...

May 7, 2024 8:38 PM

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা ন...

May 7, 2024 8:17 PM

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত আজি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হয়। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ...

May 7, 2024 8:14 PM

দেশৰ ৯৩ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত শান্তিপূর্ণভাৱে ভোটগ্রহণ

দেশৰ ১০ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ মুঠ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ হৈছে। শান্তিপূর্ণভাৱে চলা ভোটগ্রহণ প্ৰক্ৰিয়াত ...

May 7, 2024 8:10 PM

অসমৰ ৪ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৭৪.৮৬ শতাংশ অধিক ভোটদান

ৰাজ্যৰ ৪ টা সমষ্টিত আজি ৫ বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্রদান কৰি থক...

May 7, 2024 2:39 PM

ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্...