April 16, 2025 1:00 PM
২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত খেলপথাৰত অনুষ্ঠিত হব
২০২৮ বৰ্ষৰ লছ এঞ্জলেছ অলিম্পিকৰ ক্ৰিকেট খেলসমূহ পমনাৰ মেলাথলীত নির্মিত অস্থায়ী খেলপথাৰত খেলোৱা হ'ব। অলিম্পিক আয়োজক সমিতিয়ে কালি এই কথা প্ৰকাশ কৰে। দক্ষিণ কেলিফর্ণিয়াত অৱস্থিত পমনাৰ...