October 4, 2024 2:53 PM

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত

হাৰিয়ানাৰ ৯০ জনীয়া বিধানসভাৰ বাবে কাইলৈ এটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত মুঠ এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত ৯৩০জন পুৰুষ আৰু ১০১গৰাকী ম...

April 22, 2024 5:53 PM

পৰহিলৈ অৰুণাচল প্ৰদেশত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্রহণ কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্রিলত বিধানসভা ...

April 20, 2024 7:55 PM

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা মাজত ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা

প্ৰথম পৰ্যায়ত কালি ৰাজ্যখনত লোকসভা নির্বাচন অনুষ্ঠিত ৫ টা সমষ্টিৰ অন্তর্গত ১৪ খন জিলাত ভোটগ্রহণ হোৱা ই ভি এমসমূহ ২৫ টা স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। অসম আৰক্ষী...

April 17, 2024 8:01 PM

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগী...

April 17, 2024 7:59 PM

৫ টা সমষ্টিত হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ

প্রথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত অৰ্থাৎ‍ পৰহিলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই পৰ্যায়ত ৰাজ্যখ...

April 17, 2024 7:56 PM

আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজাৰ পাছত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব নোৱাৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষে...

April 17, 2024 7:54 PM

প্ৰথম পৰ্যায়ত পৰহিলৈ দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত ভোটগ্রহণ

পৰহিলৈ প্ৰথম পৰ্যায়ত দেশৰ ১৭খন ৰাজ্য আৰু ৪টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২ টা লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধ...

April 17, 2024 7:52 PM

ৰাজ্যত প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনা আজি ৰাজ্যখনৰ নিৰ্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। পশ্চিমব...