November 30, 2024 12:35 PM
দেশত ২৫ নৱেম্বৰপৰ্যন্ত প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান
চৰকাৰে কৈছে যে, আয়ুষ্মান ভাৰত-প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ২৫ নৱেম্বৰপৰ্যন্ত দেশৰ ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ প্ৰায় ১৪ লাখ জ্যেষ্ঠ নাগৰিকক আয়ুষ্মান ভে বন্দনা কার্ড প্ৰদান কৰা হৈছ...