April 17, 2025 8:05 PM
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ২৪ এপ্ৰিললৈ দৰ্পণ নামভৰ্তি প'ৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল ২ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উ...