ডাউনলোড
মোবাইল এপ

android apple
signal

April 1, 2025 7:58 PM

গুজৰাটৰ ফটকা কাৰখানাত সংঘটিত হোৱা অগ্নিকাণ্ডত ১০জনৰো অধিক লোকৰ মৃত্যু

গুজৰাটৰ বানাস্কান্থ জিলাৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১০ জনৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, কাৰখানাটোত হোৱা বিস্ফোৰণৰ ফলত অট্টালিকাটোৰ কিছু অংশৰ ধ্বংসস্তুপৰ ম...