December 16, 2024 12:31 PM
ভাৰতীয় মূলধনী বজাৰত চলিত মাহৰ প্ৰথম দুসপ্তাহত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ
বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত ২২ হা...