ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ছেঞ্চুৰীয়ানত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ’ব। বৰ্তমানলৈকে ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয়ে একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰে। দক্ষিণ আফ্রিকাই দ্বিতীয়খন খেলত ৩ উইকেটত বিজয় সাব্যস্ত কৰিছে।
Site Admin | November 13, 2024 6:21 PM | T-20 cricket
টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ছেঞ্চুৰীয়ানত অনুষ্ঠিত
