ভাৰতৰ চুমিত নাগলে জার্মানীত যোৱা নিশা অনুষ্ঠিত হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। তেওঁ স্পেইনৰ প্ৰতিদ্বন্দী জেভিআৰ বেৰেংক’ অছেন’ক ৬-৪, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সুমিতে আজি সন্ধিয়া ৰাছিয়াৰ ইভানজাকভৰ সন্মুখীন হ’ব।
Site Admin | June 7, 2024 6:08 PM | Summit nagle
চুমিত নাগলে হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ
