ভাৰতৰ সুমিত নাগলে অষ্ট্ৰিয়া অ‘পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নাগলে কালি প্ৰতিযোগিতাৰ এখন খেলত শ্ল’ভাকিয়াৰ লুকাছ ক্লেনক ৬-৪, ১-৬, ৭-৬ ছেটত পৰাস্ত কৰে। খেলুৱৈগৰাকী কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত স্পেইনৰ পেড্ৰ‘ মার্টিনেজৰ সন্মুখীন হ‘ব।
Site Admin | July 23, 2024 5:58 PM | Sumit Nagal
সুমিত নাগল অষ্ট্ৰিয়া অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
