ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 7:33 PM | squas

printer

অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাত সৌৰভ ঘোষাল ছেমিফাইনেলত প্ৰৱেশ

অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ভাৰতৰ সৌৰভ ঘোষাল আজি চেমিফাইনেলত প্ৰৱেশ কৰিছে। সৌৰভে দক্ষিণ কোৰিয়াৰ মিনৌ লীক ১১–৬, ১১–৬ আৰু ১১-৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। চেমিফাইনেলত ঘোষালে তৃতীয় বাচনিৰ অষ্ট্ৰেলিয়াৰ ৰিছ দৌলিঙৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক