July 23, 2024 7:41 PM | sivsagar

printer

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ

জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি শিৱসাগৰত ডায়েৰিয়া নির্মূল অভিযান-২০২৪ আৰম্ভ হৈছে। জিলাখনত দুমাহ ধৰি চলিব লগা এই অভিযানৰ জৰিয়তে ডায়েৰিয়া নিৰ্মূল কৰাৰ বাবে ব্যাপক ৰূপত কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। এই কাৰ্যসূচীৰ অধীনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে হাত ধুৱা, অ আৰ এছ খাবলৈ পৰামৰ্শ দিয়াৰ লগতে জিলাখনত অ আৰ এছ কৰ্ণাৰ স্থাপন কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক