ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 12:32 PM | sitarmon

printer

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ চৰকাৰৰ সৰ্বদলীয় বৈঠক আহ্বান

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। উল্লেখযোগ্য যে শুক্রবাৰে আৰম্ভ হবলগীয়া সংসদৰ বাজেট অধিৱেশনত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব ।

অধিক পঢ়ক

সকলো চাওক